টিভিৰ কথা
সৰুৰ কিছুমান কথা মনত থাকোঁতেই লিখি থোৱা ভাল| যেনে মোৰ মনত আছে আমি ছাগে তেতিয়া ৪ বছৰীয়া| টিভিৰ উপস্থিতি আমি তেতিয়াও জনা নাই| এদিন মনত আছে আমাৰ সমনীয়া ৰাজে আহি ইস্কুলত মোক কৈছিল-’জাননে, আমাৰ হাঁহচৰাৰ মামাহঁতে নতুন ৰেডিঅ’ এটা কিনিছে, তাত মানুহবোৰ চাইও থাকিব পাৰি’| সেয়াই টিভিৰ বিষয়ে জনাৰ মোৰ প্ৰথম সোঁৱৰণি| পাছে ৰাজৰ পৰা এই বাতৰিটো পাই মই বৰ ভাল পোৱা নাছিলোঁ| কাৰণ বাতৰিটো পোৱাৰ কেইসপ্তাহমান আগৰে পৰা মই কাগজত ছবি আঁকি আঁকি এনেকুৱা যন্ত্ৰ এটা পাঙি আছিলোঁ য’ত শব্দ শুনাৰ বাহিৰেও মানুহৰ ছবি চাব পাৰি| তেতিয়া আনে ইতিমধ্যে তেনেকুৱা এটা যন্ত্ৰ উলিয়াই দিয়াত মোৰ কষ্টখিনি অথলে যোৱাত মনতে বেজাৰ লাগিছিল|
October 20th, 2008 at 3:05 am
oh,,that sad.. u miss the chance
i remember watching cricket match with pixelated images… and too high antenna..
February 4th, 2009 at 5:26 am
Hi Priyankoo,
I wish that I could understand your language, so I can become a fan of your blog. There are several characters of yours that look similar to mine though ;P.
Nan
February 12th, 2010 at 11:07 am
nice
February 12th, 2010 at 11:09 am
nice keep it up
May 12th, 2010 at 1:32 pm
Жаль, что сейчас не могу высказаться - очень занят. Но вернусь - обязательно напишу что я думаю….
Юрист старший ……
July 21st, 2010 at 3:48 am
< blockquote >< a href=”http://medicamentspot.com/”>Medicamentspot.com. Canadian Health&Care.No prescription online pharmacy.Special Internet Prices.Best quality drugs. No prescription drugs. Buy pills online< /a >…
Buy:Cialis Soft Tabs.Viagra Super Force.Levitra.VPXL.Cialis.Tramadol.Maxaman.Viagra Super Active+.Viagra Professional.Zithromax.Soma.Cialis Super Active+.Super Active ED Pack.Viagra Soft Tabs.Viagra.Cialis Professional.Propecia….